Class X - E-Lerning (Videos)

EduAid ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অধ্য়য়ন কৰিব বিচৰা বিষয়বস্তুৰ প্ৰতি তেওঁলোকৰ কৌতুহল জাগ্ৰত কৰিব বিচৰা হৈছে যাতে তেওঁলোকে বিষয়বস্তুটো সম্পৰ্কে অতি সহজে ধাৰণা এটি আয়ত্ব কৰিব পাৰে। এইটো সম্ভৱ হৈছে আমাৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰদান কৰা আৰু ফলপ্ৰসু হোৱাকৈ তৈয়াৰ কৰা ভিডিঅʼ পাঠদানৰ জৰিয়তে। এই ভিডিঅʼ পাঠদানৰ যোগেদি আমাৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময়ৰ দ্বাৰা অতি সহজে বিষয়বস্তুসমূহ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে যাতে ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলকভাৱে আগবাঢ়ি যাব পাৰে।

MATHS  VIDEOS






English Grammar

 


No comments:

Post a Comment